কেনভাচ











বিশ্বাস কৰা,
তোমাৰ ৰঙীন অভিমানবোৰৰ
ৰামধেনুবোৰে,
প্ৰতি দিনাই,
মোৰ মুক্ত আকাশখনত
জিলিকাই তোলে,
আপোন লগা তুলিকাৰে
তুমিজনিৰ
এখন পাৰফেক্ট 'কেনভাচ'।

Post a Comment

0 Comments